সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কাৰোবাৰ পৰিচয়ৰ কাৰণে দিয়া বা বলবৎ কৰা সংখ্যা বা সংখ্যাৰ সমূহ
উদাহরণ : খেলুৱৈ সকলৰ কাৰণে বেলেগ-বেলেগ সংখ্যা নির্ধাৰণ কৰা হৈছে
সমার্থক : অংক
অর্থ : কোনো নির্দিষ্ট সময়ৰ মূৰে-মূৰে এবাৰকৈ প্রকাশ পাই থকা পত্র, পত্রিকা আদি
উদাহরণ : এইটো এই পত্রিকাখনৰ দ্বিতীয় সংখ্যা
সমার্থক : অংক, খণ্ড, নম্বৰ
অর্থ : এক, দুই, তিনি আদি সুনির্দিষ্ট বস্তুৰ পৰিমাণ বুজোৱা গাণিতিক সংকেট
উদাহরণ : এক কোটি বহুত ডাঙৰ সংখ্যা
সমার্থক : অংক, অঙ্ক, ৰাশি
অর্থ : সংখ্যাৰ চিহ্ন
উদাহরণ : ০, ১, ২, ৩, ৪, ৫, ৬, ৭, ৮, ৯ আদি অংক
সমার্থক : অংক, অঙ্ক
অর্থ : কোনো বস্তু আদিৰ পৰিমাপ বা মাত্রা
উদাহরণ : আহতৰ সংখ্যা বহুত বেছি
ইনস্টল