সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : আখৰ, চিন, নাম আদি ছাপ দিবলৈ দবাই অংকিত কৰা যতন
উদাহরণ : প্রধান শিক্ষকে নিজৰ নামৰ এটা ছীল বনালে
সমার্থক : ছীল, ষ্টেম্প
অর্থ : মোহৰ লগালে হোৱা ছাপ বা আকৃতি
উদাহরণ : তেওঁ ্কাগজত মৰা ছীলৰ ওপৰত চহী কৰিলে
সমার্থক : ছীল, মোহৰ
অর্থ : ক্রিকেট খেলত ব্যৱহাৰ কৰা তিনিডাল খুটিৰ প্রত্যেকটো যাৰ সন্মুখত থিয় হৈ বেটছমেনে বেট ধৰে
উদাহরণ : বলাৰৰ প্রথমটো বলতেই তিনিওডাল ষ্টাম্প উফৰি পৰিল
অর্থ : যিহত মোহৰ মৰা হৈছে
উদাহরণ : এই চেকখনত মোহৰ মৰা আছে
সমার্থক : মোহৰ
ইনস্টল