সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : একে শ্রেণীতে পঢ়ি থকা সকলো বিদ্যার্থী
উদাহরণ : এজন ছাত্রৰ কাৰণে গোটেই শ্রেণীটোৱে শাস্তি পালে
সমার্থক : ক্লাছ
অর্থ : পঢ়া-শুনাৰ ক্ষেত্রত তলৰ আৰু ওপৰৰ স্তৰ
উদাহরণ : তুমি কোন শ্রেণীত পঢ়া ?
সমার্থক : কক্ষা, ক্লাছ, মহলা
অর্থ : সামান্য ধর্ম ্অথবা স্বৰূপ নি্র্ণয়ৰ বাবে কৰা পদার্থ আদিৰ সমূহ
উদাহরণ : অর্থৰ ্আধাৰত এই শ্্ব্দবোৰক তিনিটা শ্রেণীত ভগাব পাৰি
সমার্থক : সমুদায়, ্বর্গ
অর্থ : যোগ্যতা, কর্তব্য আদিৰ বিচাৰেৰে কৰা বিভাগ
উদাহরণ : গান্ধীজী এজন উচ্চ ্বর্গৰ ্নেতা আছিল
সমার্থক : গোট, বর্গ
অর্থ : কোনো কোঠাত উপস্থিত লোক
উদাহরণ : তেওঁৰ ্কথা শুনি সমগ্র কোঠাটোত হাঁহিৰ ৰোল উঠিল
সমার্থক : কোঠা
ইনস্টল