সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : জাৰকালিৰ ঋতু
উদাহরণ : শীতকালত কুহুমীয়া ৰʼদত বহি ভাল লাগে
সমার্থক : শীতঋতু
অর্থ : ঠাণ্ডা বতৰ
উদাহরণ : শীতত বৰষুণ হʼলে ঠাণ্ডা আৰু বেছি হয়
সমার্থক : জাৰ, জাৰকালি, শীত
অর্থ : গছৰ পাত বিশেষভাৱে সৰি যোৱা ঋতু বিশেষ
উদাহরণ : শীতকালৰ পিছতেই বসন্তকালৰ আগমণ ঘটে
সমার্থক : শীত-কাল
ইনস্টল