সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : সৰু আকাৰৰ শিল
উদাহরণ : পথৰুৱা ৰাষ্টাত খালী ভৰিৰে খোজ কাঢ়িলে শিলগুটিয়ে বিন্ধে
সমার্থক : পাথৰ, শিলগুটি
অর্থ : ঘৰ বনোৱা সামগ্রী হিচাপে ব্যৱহাৰ হোৱা নির্দিষ্ট আকাৰৰ শিলাখণ্ড, যি বিশেষ উদ্দেশ্যৰে বনোৱা হয়
উদাহরণ : এই ঘৰটোৰ বেৰবোৰ মার্বলৰ ্ পাথৰেৰে বনোৱা
সমার্থক : পাথৰ, প্রস্তৰ, শিলাখণ্ড
অর্থ : আকাশৰ পৰা সৰি পৰা বৰফৰ টুকুৰা
উদাহরণ : বৰষুণৰ লগে-লগে শিলো পৰিছে
সমার্থক : শিল বৰষুণ
অর্থ : পৃথিৱীৰ উপৰিভাগত ধূলি, বালি আদি গোট খাই টান হোৱা খণ্ড বা পদার্থ:খনিকৰজনে শিলৰ মূর্তি বনাই আছে
উদাহরণ :
সমার্থক : অশ্ম, উপল, পাথৰ, পাষাণ, প্রস্তৰ, শিলা, ষ্টোন
ইনস্টল