সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো বস্তু, স্থান আদিৰ সকলোতকৈ ওপৰৰ ভাগ
উদাহরণ : এই মন্দিৰটোৰ চূড়াত এখন গেৰুৱা ধ্বজা উৰি আছে শ্যাম সফলতাৰ শিখৰত উপনীত হʼল
সমার্থক : চূড়া, শিখৰ
অর্থ : জুইৰ আগ
উদাহরণ : অৰণ্যত জ্বলা জুইৰ শিখাই আকাশ চুইছে
সমার্থক : অগ্নিচ্ছটা, অগ্নিশিখা, বহ্নিশিখা, ভমক
অর্থ : ব্রাহ্মণ সম্প্রদায়ৰ লোকসকলে মাজ মূৰত ৰখা দীঘল চুলিৰ কোছা
উদাহরণ : আজিকালি বেছিভাগ ব্রাহ্মণ লোকেই টিকনি নাৰাখে
সমার্থক : টিকনি, টিকি
অর্থ : কোনো বস্তু আদিৰ আগফালৰ পাতল অংশ
উদাহরণ : দুর্যোধনে শ্রীকৃষ্ণক কʼলে যে যুদ্ধ নকৰাকৈ বেজিৰ আগৰ সমান মাটিও পাণ্ডৱক নিদিও
সমার্থক : অগ্র, আগ
ইনস্টল