সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : এক ধৰণৰ সৰু ফোঁহা
উদাহরণ : তেওঁৰ ্গোটেই মুখতে শালমন ওলাইছে
সমার্থক : শালমন
অর্থ : ছালত কাঁইটৰ দৰে ওলোৱা এক ধৰণৰ ছালৰ ৰোগ
উদাহরণ : তেওঁৰ প্রতিবছৰ শাতকালি শালমন ওলায়
অর্থ : বিশেষকৈ ডেকা বয়সত মুখ আদিত ওলোৱা গুটি গুটি ৰূপ
উদাহরণ : তেওঁ ্ শালমন নাইকীয়া কৰিবলৈ সদায় হালধি আৰু চন্দনৰ লেপন দিয়ে
সমার্থক : প্রেমগুটি, শালমন
ইনস্টল