সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : প্রাণবায়ু উৰি যোৱা শৰীৰ
উদাহরণ : মৃত্যুৰ পিছত শৱ মাটিৰ সৈতে মিলি যায়
সমার্থক : ভেল, মৃতদেহ, মৰা শ, মৰাশ, লাচ, শৱ, শৱ দেহ
অর্থ : একে ধৰণৰ এশটা বস্তুৰ সংগ্রহ
উদাহরণ : সুশান্তৰ পুথি্ভঁ্ৰালত অতি কমেও দুশমান কিতাপ আছে
সমার্থক : শতক
অর্থ : নব্বৈ আৰু দহ
উদাহরণ : এই সন্মিলনখনত প্রায় এশজন বিদ্বানে অংশগ্রহণ কৰিছে
সমার্থক : এশ, পাঁচ কুৰি, ১০০
অর্থ : গণনাত এশ বা এশ সংখ্যক
উদাহরণ : আপুনি মহাত্মাজীক লগ কৰা শততম ব্যক্তি
সমার্থক : শততম
ইনস্টল