সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যাৰ লোভ থাকে
উদাহরণ : মনোহৰ বৰ লোভী যৌতুক লোভীসকলে এজনী কইনাৰ হত্যা কৰিলে
সমার্থক : লোভী
অর্থ : লালসাৰে ভৰা
উদাহরণ : শিশুটোৱে মিঠাইৰফালে লুভীয়া চাৱনিৰে চাই আছিল
সমার্থক : লুব্ধ, লুভীয়া, লোভনীয়, লোভাৱিষ্ট, লোভী
ইনস্টল