সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : পোহৰ কৰিবলৈ তেল আৰু শলিতা দি জ্বলোৱাৰ বাবে ব্যৱহাৰ কৰা পাত্র
উদাহরণ : গধূলি হোৱাৰ লগে-লগেই গাঁৱত চাকি জ্বলে
সমার্থক : চাকি, চাকি-বন্তি, চেৰাগ, দীপ, দীপক, দীপিকা, প্রদীপ, বন্তি, বাতি, লেম্প
অর্থ : এক প্রকাৰৰ পোহৰ দিব পৰা আহিলা
উদাহরণ : লেম্পটো নুমুৱাৰ লগে লগে কোঠাটো আন্ধাৰ হৈ পৰিল
সমার্থক : লেম্প
ইনস্টল