সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : প্রাকৃতিক অথবা কৃত্রিম কাৰণত উৎপন্ন হোৱা কোনো বস্তুৰ লহৰ যি কোনো শৰীৰ বা বাতাৱৰণত প্রৱাহিত হৈ থাকে
উদাহরণ : বিদ্যুততো তৰঙ্গ থাকে
সমার্থক : ঢৌ, তৰংগ, তৰঙ্গ
অর্থ : শৰীৰত কোনো মনোবেগ উঠা কার্য
উদাহরণ : জনতাৰ মাজত নেতাৰ প্রতি ক্রোধৰ লহৰ আছে
অর্থ : হঠাৎ জোৰেৰে অহা প্রৱাহ
উদাহরণ : পানীৰ লহৰবোৰ শিলত ঠেকা খাই আগুৱাই গৈ আছে
সমার্থক : ধাৰ
অর্থ : নদী, সাগৰ আদিৰ পানীভাগ লাহে-লাহে দূৰৰ পৰা ৰৈ ৰৈ ওপৰলৈ উঠি পুনৰ তললৈ নামি সমান্তৰালভাৱে সৃষ্টি কৰা এক ৰূপ
উদাহরণ : সাগৰৰ ঢৌবোৰ শিলত খুন্দা খাই ওপৰলৈ উঠি গৈছে
সমার্থক : উর্মি, কল্লোল, ঢৌ, তৰংগ, তৰঙ্গ, লহৰী, হিল্লোল
ইনস্টল