সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : এজোপা গছৰ কলি যাক শুকুৱাই মচলা আৰু ঔষধৰ কামত ব্যৱহাৰ কৰা হয়
উদাহরণ : দাঁতৰ বিষত লং তেলৰ ব্যৱহাৰ কৰা হয়
সমার্থক : লবঙ্গ
অর্থ : এবিধ জোপোহা গছ যাৰ কলি শুকুৱাই মছলা আৰু ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়
উদাহরণ : লং গছজোপাত পানী দিব লাগিব
সমার্থক : লং গছ, লৱঙ্গ গছ
ইনস্টল