সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি সংখ্যা কোনো সংখ্যাৰ সৈতে যোগ কৰিব পৰা যায়
উদাহরণ : যোজ্য সংখ্যাটোক তিনিটা বেলেগ-বেলেগ সংখ্যাৰে যোগ কৰা
সমার্থক : যোজ্য
অর্থ : যিয়ে যোৰা দিয়ে বা মিলায়
উদাহরণ : এই দুয়োখন চহৰৰ মাজৰ এই পুলটো সংযোজক
সমার্থক : সংযোজক, সমন্বয়ক
অর্থ : দুটা বহল ভূখণ্ডক লগ লগোৱা ঠেক ভূখণ্ড, যাৰ দুয়োফালে পানী থাকে
উদাহরণ : পানামা যোজকে উত্তৰ আৰু দক্ষিণ আমেৰিকাক সংযোগ কৰিছে
সমার্থক : ভূমিসংকট, স্থলসংকট
অর্থ : জোৰা লগোৱা বা মিলোৱা
উদাহরণ : কিছুমান সমাসবদ্ধ শ্্ব্দৰ মাজত মধ্য সংযোজক চিহ্ন থাকে
সমার্থক : সংযোগী, সংযোজক
অর্থ : যিটো যোগ দিব বা প্রযুক্ত কৰিব পৰা যায়
উদাহরণ : সকলো সংখ্যা কোনো নহয় কোনো সংখ্যাৰ সৈতে যোজ্য হয়
ইনস্টল