সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ধর্মীয় বিশ্বাস অনুসৰি পাপী বা দুৰাচাৰীৰ আত্মাই শাস্তি ভোগকৰা ঠাই
উদাহরণ : পাপীবিলাকে মৃত্যুৰ পিচত নৰকত স্থান পায়
সমার্থক : জহন্নাম, দোখজ, নর্ক, নৰক
অর্থ : যি লোকলৈ মানুহ মৃত্যুৰ পিছত যায়
উদাহরণ : কোৱা হয় যে নৰক চতুদর্শীৰ দিনা যমলোকৰ দুৱাৰ খোলা থাকে
সমার্থক : মৃত্যুলোক, যমলোক
ইনস্টল