সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : লʼৰা-ছোৱালীৰ লগত কৰা প্রেমপূর্ণ ব্যৱহাৰ
উদাহরণ : অত্যাধিক মৰমৰ বাবে লʼৰা-ছোৱালী নষ্ট হয়
সমার্থক : ভালপোৱা
অর্থ : সৰুজনৰ প্রতি হৃদয়ত উথলি উঠা ভালপোৱা
উদাহরণ : জৱাহৰলাল নেহৰুৱে সৰু লʼৰা-ছোৱালীক বহুত মৰম কৰিছিল
সমার্থক : চেনেহ, মমতা, মৰম-চেনেহ, স্নেহ
ইনস্টল