সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ছালৰ ওপৰত জমা হোৱা ধূলি-বালি বা ঘম আদিৰ তৰপ
উদাহরণ : তেওঁ মলি চফা কৰিবৰ কাৰণে সদায় চাবোনেৰে গা-ধোৱে
সমার্থক : ছালৰ মলি, মলি
অর্থ : কোনো বস্তুৰ পৰা ওলোৱা বা তাৰ ওপৰত জমা হোৱা তৰপ বা ধূলি
উদাহরণ : কাপোৰৰ পৰা ময়লা গুচাবলৈ হʼলে চাবোনেৰে ধুব লাগে
সমার্থক : মল, লেতেৰা
অর্থ : কোনো বস্তুৰ গাঢ় মল
উদাহরণ : তেওঁ চকুত বহুত ময়লা আছে
ইনস্টল