সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : মৌ-মাখিয়ে ফুলৰ পৰা সংগ্রহ কৰি মৌচাকত সঞ্চিত কৰা ফলৰ ৰসৰ দৰে মিঠা বস্তু
উদাহরণ : মৌ বৰ উপকাৰী
সমার্থক : মধু, মৌৰস
অর্থ : ফুলৰ ৰস চুহি মৌ গোটোৱা এবিধ মাখিজাতীয় পতংগ
উদাহরণ : এই গছজোপাত মৌ-মাখিৰ বিচনী আছে
সমার্থক : পুষ্পলিহ, মধুকৰ, মধুপ, মধুপায়ী, মধুব্রত, মধুমক্ষিকা, মধুলিহ, মধুলেহ, মধুলেহী, মৌ-গুটি, মৌ-মাখি, মৌমাখি
ইনস্টল