সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : মোহ বা ভ্রমত পৰা
উদাহরণ : ভগৱানৰ মোহিনী ৰূপ দেখি নাৰদ মুনি মুগ্ধ হʼল
সমার্থক : মুগ্ধ, মোহিত
অর্থ : যি কিহবাৰ প্রতি অত্যধিক অনুৰক্ত
উদাহরণ : সংসাৰৰ বস্তুবোৰে মানুহৰ মনক আসক্ত কৰি ক্ষণিকৰ বাবেহে সুখ প্রদান কৰে
সমার্থক : আসক্ত, মুগ্ধ, মোহিত, ৰক্ত
ইনস্টল