সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো কথাৰ চিন্তা-ভাবনা আৰু নিশ্চিত কৰিব পৰা মনোবৃত্তি বা মানসিক শক্তি
উদাহরণ : আনৰ বুদ্ধিৰে ৰজা হʼবলৈ আশা কৰাতকৈ নিজৰ বুদ্ধিৰে ভিখাৰী হোৱাই বেছি ভাল
সমার্থক : জ্ঞান, ধী, ধীশক্তি, বিবেক, বুদ্ধি, মতি, মনীষা
অর্থ : মানুহে কোনো কামত অত্যধিক যোগ্যতাৰে কাম কৰি দেখুৱা এক বিশিষ্ট আৰু অসাধাৰণ মানসিক শক্তি বা গুণ
উদাহরণ : স্বামী বিবেকানন্দ এক অসাধাৰণ প্রতিভা আছিল
সমার্থক : প্রতিভা
অর্থ : বুদ্ধিমান হোৱাৰ অৱস্থা বা ভাব
উদাহরণ : তেওঁ নিজৰ বুদ্ধিমত্তাৰেহে এই কামটোত সফল হʼল
সমার্থক : চতুৰতা, চাতুর্য, চাতুৰী, ধী, ধীশক্তি, বিচাৰ-বুদ্ধি, বুদ্ধি, বুদ্ধিমত্তা, বুধি, বুধি-সুধি, মতি
ইনস্টল