সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : জুইশলা ভৰাই থোৱা সৰু আকাৰৰ বাকচ বিশেষ
উদাহরণ : ধুপকাঠি জ্বলাবৰ কাৰণে আইতাই দিয়াচলাইৰ পৰা জুইশলা উলিয়াই আছে
সমার্থক : জুইশলা, দিয়াচলাই, মেচ বক্স
অর্থ : যি ঠাইৰ পৰা ৰাষ্টা কোনো দিশলৈ গতি কৰিছে
উদাহরণ : আগৰ মেচটোৰ পৰা এই ৰাষ্টাটো সিধা সাগৰৰ পিনে গৈছে
সমার্থক : মেৰ
অর্থ : দুটা দল বা ভালেমান প্রতিযোগীয়ে প্রতিযোগিতাত অংশগ্রহণ কৰা খেল বিশেষ
উদাহরণ : আমি ভাৰত আৰু শ্রীলংকা মেচ চাই আছোঁ
ইনস্টল