সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : শৰীৰৰ ডিঙিৰ ওপৰৰ ভাগ
উদাহরণ : মূৰত আঘাত কৰিলে মানুহৰ প্রাণহানিও হʼব পাৰে
সমার্থক : একাঙ্গ, প্রধানাঙ্গ, বক্ত্র, বৰাঙ্গ, মস্তক, মাথ, মাথা, মুণ্ডু, মুর্দ্ধা, মূণ্ড, মূণ্ডক, শিৰ
অর্থ : দীঘল আৰু চাৰিচুকীয়া বস্তু অন্তিম অংশ
উদাহরণ : আপোনাৰ শাৰীৰ আগটো কাঁটাত লাগি ধৰিল
সমার্থক : আগ, কাষ
অর্থ : কোনো বস্তুৰ দৈর্ঘ্য বা প্রস্থ সমাপ্ত হোৱা অংশ
উদাহরণ : এই কাঁহীখনৰ কাণটো বৰ পাতল
সমার্থক : কাণ, কাষ, কিনাৰ, প্রান্তৰ
অর্থ : শৰীৰৰ যি অংশত মগজু থাকে
উদাহরণ : মোহনৰ মূৰত চুলি নাই
সমার্থক : মাথা, শিৰ
অর্থ : মগজ সম্বন্ধীয়
উদাহরণ : মগজুৰ শল্য-চিকিৎসাৰ পৰিণতিত ৰোগীৰ মৃত্যু হʼল
সমার্থক : মগজু, মস্তিষ্ক
ইনস্টল