সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : মানদণ্ডৰ আধাৰত কৰা কোনো বস্তু আদিৰ মহত্ত্ব
উদাহরণ : নৈতিক মূল্যৰ দিনে-দিনে অৱনতি ঘটিবলৈ লৈছে
অর্থ : কোনো বস্তু কিনিলে বা বেচিলে তাৰ সলনি দিবলগীয়া ধন:এই গাড়ীখনৰ দাম কিমান?
উদাহরণ :
সমার্থক : দাম, দৰ, নিৰিখ, বেচ, ভাও, হাৰ
অর্থ : কোনো কথা বা সিদ্ধান্ত মানি লোৱা কার্য ্বা ভাব
উদাহরণ : পুৰণি মূল্যবোধক আজিৰ প্রজন্মই বিশ্বাস নকৰে
সমার্থক : বিচাৰধাৰা, মূল্যবোধ
অর্থ : কোনো বস্তুৰ আপেক্ষিক শ্রেষ্ঠতা, উপযোগিতা বা আদৰ বঢ়োৱা বা কমোৱা বিষয়
উদাহরণ : জ্ঞানৰ মহত্ত্ব সকলোতে দেখিবলৈ পোৱা যায়
সমার্থক : গৌৰৱ, গৰিমা, মহত্ত্ব, মাহাত্ম্য
অর্থ : কোনো বস্তুৰ সেই গুণ বা যোগ্যতা বা উপযোগিতা যাৰ আধাৰত তাৰ আর্থিক মূল্য নি্র্ধাৰণ কৰা হয়
উদাহরণ : হীৰাৰ মূল্য জহুৰীয়েহে জানে
সমার্থক : দাম
ইনস্টল