সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : এটা বস্তুত আন বস্তু বা বিভিন্ন বস্তু ঢালি সকলো একেলগ কৰা
উদাহরণ : গোৱালে গাখীৰত পানী মিহলায় দোকানীয়ে জালুকত অমিতাৰ গুটি মিলায়
সমার্থক : মিলা, মিলোৱা, মিহলোৱা
অর্থ : কিহবাৰ সৈতে মিলি থকা কার্য
উদাহরণ : তেল পানীত কেতিয়াও নিমিহলে
সমার্থক : এক হোৱা, মিশ্রিত হোৱা, মিহলি কৰা, মিহলি হোৱা, সংমিশ্রিত হোৱা
ইনস্টল