সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : উপযুক্ত আৰু সঠিকভাৱে কৰা সংযোগ
উদাহরণ : পৰস্পৰৰ মিলৰ দ্বাৰা কঠিনৰো কঠিন কাম সম্ভৱ হয়
সমার্থক : অদ্বিতীয়ত্ব, অনুৰূপতা, অপার্থক্য, অপৃথকতা, অবিচ্ছিন্নতা, অভিন্নতা, অভিন্নত্ব, অভেদ, একতা, একৰূপতা, ঐক্য, তুল্যতা, সদৃশতা, সমতা, সমভাব, সমানয়ন, সমৰূপত্ব, সামঞ্জস্য, সাযুজ্য
অর্থ : যি ঠাইত কোনো বস্তুৰ অধিক পৰিমাণে উৎপাদন কৰা হয়:এই কাৰখানাটোৰ শ্রমিকসকলে ধর্মঘট কৰি আছে
উদাহরণ :
সমার্থক : কাৰখানা, ফেক্টৰী
অর্থ : একতকৈ অধিক বস্তু আদিৰ কোনো এঠাইত মিলোৱা বা লগ লগোৱা কার্য
উদাহরণ : অম্ল আৰু ক্ষাৰৰ সংযোগত লৱণ তৈয়াৰ কৰা হয়
সমার্থক : মিলন, যোগ, সংযোগ
অর্থ : বিজুলী মটৰ আদিৰে চলা শস্য, মাহ, দানা আদি পিচা যন্ত্র
উদাহরণ : এই মিলটোৰ আটা মোটা
ইনস্টল