সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : আহাৰ গ্রহণত সংযমতা মানি চলা কার্য
উদাহরণ : ডাক্তৰে হৃদৰোগীক ডায়েটিং কৰিবলৈ উপদেশ দিছে
সমার্থক : ডায়েটিং
অর্থ : অলপ পৰিমাণে কৰা ভোজন
উদাহরণ : তেওঁ দুপৰীয়া স্বল্পাহাৰ কৰে
সমার্থক : অল্পাহাৰ, স্বল্পাহাৰ
ইনস্টল