সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো ধর্ম ্বা পন্থৰ প্রচাৰ কৰোতা সংস্থা
উদাহরণ : স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছনৰ প্রতিস্থা কৰিছিল এজন যোগ্য গুৰুৰ দ্বাৰা এই মিছনৰ সঞ্চালন কৰা হয়
সমার্থক : মিছন
অর্থ : খ্রীষ্ট ্ধর্মৰ ্প্রচাৰ কৰা সংস্থা বিশেষ
উদাহরণ : মিছনৰ বিচাৰ ধাৰাৰে প্রভাৱিত হৈ তেওঁ খ্রীষ্টান ধর্ম গ্রহণ কৰিলে
সমার্থক : মিচনাৰী, মিচনেৰী, মিছন, মিছনাৰী, মিছনেৰী
অর্থ : কোনো বিশেষ কার্য কৰিবৰ কাৰণে কʼৰবালৈ পঠোৱা মানুহৰ দল
উদাহরণ : মিছন নিজৰ উদ্দেশ্যত সফল হʼল
ইনস্টল