সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : বহুত মানুহে মাৰধৰ কৰি কৰা কাজিয়া
উদাহরণ : ছাত্রবোৰৰ উপদ্রৱত অতীষ্ঠ হৈ প্রধান শিক্ষকে অনির্দিষ্ট কাললৈ বিদ্যালয় বন্ধ কৰি দিলে আপোনালোকে অনর্থক ্উৎপাত নকৰিব
সমার্থক : উপদ্রৱ, উৎপাত, মাৰ-কিল, হাংগামা, হাঙ্গামা
অর্থ : মাৰপিট কৰা কার্য
উদাহরণ : নি্র্বাচনৰ সময়ত বহুত মাৰ-পিট হয়
সমার্থক : মাৰ-পিট
অর্থ : হাত-ভৰিৰে টনা-আজোঁৰা কৰি মাৰপিট কৰা কার্য
উদাহরণ : তেওঁলোক দুজনৰ মাজত তুমুলভাৱে কাজিয়া লাগিল
সমার্থক : কাজিয়া
ইনস্টল