সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : এটা সময়ৰ পৰা আৰম্ভ কৰি ত্রিশ দিনৰ সময়
উদাহরণ : এমাহত এই কামটো হৈ যাব
সমার্থক : দুইপক্ষ, মাস
অর্থ : নির্দিষ্ট নাম থকা আৰু প্রায় ত্রিশ দিনীয়া বছৰৰ বাৰটা ভাগৰ ভাগবোৰ
উদাহরণ : তেওঁ ্ অহা মাহৰ বাৰ তাৰিখে আহিব
সমার্থক : ত্রিশ দিন, মাস
অর্থ : দেহৰ ঠায়ে ঠায়ে চালৰ পৰা ওলাই থকা কʼলা আৰু ৰঙা ৰঙৰ এবিধ গুটিৰ নিচিনা অংশ
উদাহরণ : তেওঁৰ পিঠিত এটা কʼলা মাহ আছে
ইনস্টল