সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : এটা সময়ৰ পৰা আৰম্ভ কৰি ত্রিশ দিনৰ সময়
উদাহরণ : এমাহত এই কামটো হৈ যাব
সমার্থক : দুইপক্ষ, মাহ
অর্থ : নির্দিষ্ট নাম থকা আৰু প্রায় ত্রিশ দিনীয়া বছৰৰ বাৰটা ভাগৰ ভাগবোৰ
উদাহরণ : তেওঁ ্ অহা মাহৰ বাৰ তাৰিখে আহিব
সমার্থক : ত্রিশ দিন, মাহ
অর্থ : খাদ্য হিচাপে খোৱা পশু-পক্ষী, মাছ আদিৰ দেহাংশ
উদাহরণ : তেওঁ ্ দোকানৰ পৰা দুই কিলো মাংস কিনিলে
সমার্থক : মঙহ, মাংস
অর্থ : শৰীৰৰ হাড় আৰু ছালৰ মাজৰ কোমল-লেউসেউ পদার্থ
উদাহরণ : মঙহাল শৰীৰত মাংস বেছি পৰিমাণে থাকে
ইনস্টল