সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো বস্তু জোখ বা মাপলোৱা কাম
উদাহরণ : খেতিডৰাৰ ভাগ-বাটোৱাৰা কৰাৰ কাৰণে তাৰ জোখমাপ কৰা হʼল
সমার্থক : জোখ-মাপ, জোখমাপ
অর্থ : যি উপকৰণৰ দ্বাৰা কিবা বস্তু জোখা হয়
উদাহরণ : এইটো এক লিটাৰৰ মাপক
সমার্থক : মাপক, মাপক উপকৰণ
অর্থ : ভৰ, আয়তন আদি জোখা একক
উদাহরণ : ভৰ আৰু আয়তন জোখা মাপক বেলেগ-বেলেগ থাকে
সমার্থক : মাপক
অর্থ : জোখ-মাপ কৰা কার্য
উদাহরণ : মণ্ডলজনে মাপ লোৱাৰ পিছত কার্যালয়লৈ গুচি গʼল
সমার্থক : জোখমাপ, নাপ
অর্থ : কোনো বস্তুৰ দীঘ, প্রস্থ, উচ্চতা আদি যাক কোনো নির্দিষ্ট দৈর্ঘ্যৰ আধাৰত তুলনা কৰা হয়
উদাহরণ : সোহনৰ কঁ্কালৰ জোখ ত্রিশ ইঞ্চি
সমার্থক : জোখ, জোখ-মাখ, পৰিমাপ
ইনস্টল