সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : মানৱ জাতিক ভাগ কৰা দুটা ভাগৰ যিটো ভাগে গর্ভধ্াৰণ কৰি সন্তান জন্ম দিব পাৰে:আজিকালি মহিলাই সকলো ক্ষেত্রতে পুৰুষৰ সমানে সমানে কাম কৰিছে
উদাহরণ :
সমার্থক : অবলা, তিৰী, তিৰোতা, নাৰী, মাইকী, মানৱী, স্ত্রী
অর্থ : স্ত্রী সম্বন্ধীয়
উদাহরণ : শীলাই কিছুমান মহিলাৰ কাপোৰ কিনিছে
সমার্থক : স্ত্রৈণ
ইনস্টল