সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ৰজাৰ প্রধান পত্নী
উদাহরণ : মন্দোদৰী লংকাধিপতি ৰাবণৰ মহাৰাণী আছিল
সমার্থক : পাটৰাণী, ৰাজমহিষী
অর্থ : ৰজাৰ পত্নী
উদাহরণ : ৰজা দশৰথৰ তিনিগৰাকী পত্নী আছিল
সমার্থক : চুলতানা, পটেছৰী, পটেশ্বৰী, পাটমাদৈ, পাটৰাণী, বেগম, মহাদৈ, মহিষী, মাদৈ, সম্রাজ্ঞী, ৰাজ-ৰাজেশ্বৰী, ৰাজ্ঞী, ৰাজৰাণী, ৰাণী
অর্থ : কোনো ঠাই বা দেশৰ মুখ্য মহিলা শাসক:ৰাজিয়া চুলতানা, লক্ষ্মী বাই আদি ৰাণীসকলে নিজৰ পৰাক্রমেৰে শত্রুৰ সৈতে সমানে যুঁজিছিল
উদাহরণ :
সমার্থক : পটেছৰী, পটেশ্বৰী, পাটমাদৈ, পাটৰাণী, বেগম, মহাদৈ, মাদৈ, ৰাণী
অর্থ : * কোনো বিশেষ খেলৰ ক্ষেত্রত শী্র্ষত ্ বা সকলোতকৈ ওপৰত থকা খেলুৱৈ
উদাহরণ : ফেডাৰাৰ টেনিচৰ সম্রাট চানিয়াও কেতিয়াবা টেনিচৰ ৰাণী হৈ যাব পাৰে
সমার্থক : ওজা, বাদশ্বাহ, মহাৰজা, সম্রাজ্ঞী, সম্রাট, ৰজা, ৰাণী
ইনস্টল