সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি মনোবেগে বেলেগৰ দুখ দেখি তাক দূৰ কৰিবৰ কাৰণে প্রেৰণা দিয়ে
উদাহরণ : হে ভগৱান তুমি সকলো জীৱকে দয়া কৰা
সমার্থক : অনুকম্পা, অনুগ্রহ, কৃপা, কৰুণা, দাক্ষিণ্য, দয়া, দৰদ, পুতৌ, প্রসাদ, বেথা, মেহেৰবানি
অর্থ : ঈশ্বৰক ধ্যান কৰিবলৈ এৰি সংসাৰৰ বস্তুক সর্বস্ব বুলি ধৰি লোৱা কার্য ্বা ভাব
উদাহরণ : সাধুসকল মোহত নপৰে
সমার্থক : মোহ
অর্থ : সৰুজনৰ প্রতি হৃদয়ত উথলি উঠা ভালপোৱা
উদাহরণ : জৱাহৰলাল নেহৰুৱে সৰু লʼৰা-ছোৱালীক বহুত মৰম কৰিছিল
সমার্থক : চেনেহ, মৰম, মৰম-চেনেহ, স্নেহ
অর্থ : মাকৰ নিজৰ সন্তানৰ প্রতি ওপজা মৰম
উদাহরণ : শিশু মাকৰ মমতাৰ ছাঁয়াত ডাঙৰ-দীঘল হয়
ইনস্টল