সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ৰুচিৰ অনুকূল বা ভাল লগা
উদাহরণ : এইয়া মোৰ পচন্দৰ খাদ্য
সমার্থক : পচন্দৰ, প্রিয়, ভাল লগা-, মনঃপুত, মনপচন্দ, ৰুচিকৰ
অর্থ : মনলৈ অহা বা মনত হোৱা
উদাহরণ : কবি মহোদয়ে নিজৰ মনোমত ভাববোৰ কবিতাৰ মাধ্যমৰে শ্রোতাৰ সন্মুখত উপস্থাপন কৰিলে
সমার্থক : মনোগত, স্বগত
ইনস্টল