সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : সকলোতকৈ ডাঙৰৰ পিছৰজন বা যাৰ ওপৰত কেৱল এজন থাকে
উদাহরণ : ৰাণীৰ মাজু ভায়েক মোৰ শ্রেণীত পঢ়ে
সমার্থক : মাজু
অর্থ : একেবাৰে ডাঙৰ বা একেবাৰে সৰু আকাৰৰ মাজৰ এক অৱস্থা
উদাহরণ : এই বনত মজলীয়া আকাৰৰ উদ্ভিদ অধিক পৰিমাণে আছে
সমার্থক : মধ্যমীয়া
অর্থ : মধ্যম আকাৰৰ
উদাহরণ : এই গছজোপাত মজলীয়া আকাৰৰ ফল লাগে
ইনস্টল