সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিটো ভয়েৰে ভৰি আছে
উদাহরণ : ভয়ানক পৰিৱেশত থকাটো বিপদজনক
সমার্থক : ভীতিজনক, ভীষণ, ভয়ংকৰ, ভয়াবহ, শংকাজনক
অর্থ : যিটো দেখিবলৈ ভয় লগা:মহিষাসুৰক মাৰিবলৈ মা কালীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল
উদাহরণ :
সমার্থক : বিকট, ভয়ংকৰ
অর্থ : প্রয়োজনতকৈ অধিক
উদাহরণ : অত্যধিক বাৰিষাৰ কাৰণে জন-জীৱন স্তব্ধ হৈ পৰিল
সমার্থক : অত্যধিক, ভীষণ, ভয়ংকৰ
ইনস্টল