সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : মুখৰ সহায়ত খাদ্য আদি পেটলৈ লৈ যোৱা কার্য
উদাহরণ : লʼৰাজনৰ ভাত খোৱা হʼল বেমাৰীজনে ঔষধটো গিলিলে
সমার্থক : আহাৰ কৰা, খোৱা, গিলা, ভক্ষণ কৰা
অর্থ : ততাতৈয়াকৈ খোৱা কার্য
উদাহরণ : বাঘটোৱে শহাপহুটো ভক্ষণ কৰিলে
সমার্থক : ভক্ষণ কৰা
অর্থ : বাহি থোৱা ভোজন গ্রহণ কৰা
উদাহরণ : কথা সমাপ্তিৰ পিছত ভক্ত সকলে শাৰী পাতি বহি খাই আছিল
সমার্থক : খোৱা
ইনস্টল