সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : বাৰিষাকালত পুখুৰী, কুঁ্ৱা আদিত দেখা পোৱা আৰু বৰষুণত ওলোৱা এবিধ সৰু উভচৰ প্রাণী
উদাহরণ : বৰষুণৰ দিনত ঠায়ে ঠায়ে বেং জঁপিয়াই ফুৰা দেখা যায়
সমার্থক : দাদুৰ, বেং, ভেক, ভেকুলী
অর্থ : ভেকুলীৰ মতা
উদাহরণ : শিশুৱে মতা ভেকুলী আৰু মাইকী ভেকুলীৰ মাজত একো পার্থক্য বিচাৰি নাপায়
সমার্থক : ভেকুলী, মতা ভেকুলী
ইনস্টল