সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : প্রাকৃতিক কাৰণত পৃথিৱীৰ অভ্যন্তৰত খেলি-মেলি হোৱাৰ ফলত উপৰিভাগত হোৱা জোকাৰণি
উদাহরণ : ২০০১ চনত গুজৰাটত হোৱা ভূমিকম্পত বহুলোকৰ প্রাণহানি হৈছিল
সমার্থক : জোকাৰণি, ভূ-কম্পন, ভূঁইকপ, ভূকম্প, ভূমিকম্প, ভূমিকম্পন
ইনস্টল