সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : নাটক আদিত কৰাৰ দৰে বেলেগৰ ভাষণ, অঙ্গি-ভঙ্গী আদি কিছু সময়ৰ কাৰণে অনুকৰণ কৰা কার্য:নাটকখনত ৰামৰ অভিনয় খুউব ভাল হৈছিল
উদাহরণ :
সমার্থক : অভিনয়
অর্থ : কোনো বস্তু কিনিলে বা বেচিলে তাৰ সলনি দিবলগীয়া ধন:এই গাড়ীখনৰ দাম কিমান?
সমার্থক : দাম, দৰ, নিৰিখ, বেচ, মূল্য, হাৰ
ইনস্টল