সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : শীল আৰু সজ্জন হোৱা ভাব
উদাহরণ : সকলোৰে সৈতে শিষ্টতাপূর্ণ ব্যৱহাৰ কৰিব লাগে
সমার্থক : শালীনতা, শিষ্টতা, সজ্জনতা, সভ্যতা
অর্থ : সজ্জন হোৱা ভাব
উদাহরণ : ভদ্রতা এটি বহুত ডাঙৰ গুণ
সমার্থক : ঋজুতা, সজ্জনতা, সাধুতা, সৌহার্দ্যতা
অর্থ : শিষ্ট বা ভদ্র হোৱা অৱস্থা
উদাহরণ : সেই ৰাজমহলটোৰ ভদ্রতাই সকলোকে আকর্ষিত কৰে
সমার্থক : শিষ্টতা
ইনস্টল