সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো বস্তু নষ্ট কৰিবৰ কাৰণে ভঙা কার্য
উদাহরণ : মজদুৰসকলে নিজৰ দাবী পূৰণৰ কাৰণে মিলত লণ্ড-ভণ্ড কৰিলে
সমার্থক : ছাৰখাৰ, ধ্বংস, ধ্বংসাধন, লণ্ড-ভণ্ড
অর্থ : ভঙা কার্য
উদাহরণ : ভাঙি যায় কাৰণেই মই মাটিৰ বাচন সযতনে ৰাখো
সমার্থক : বিদাৰণ, ভাঙন, ভাঙি পেলোৱা-, ভাঙি যোৱা-, ভাঙোন
ইনস্টল