সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো বস্তুক কেইবাটাও খণ্ডত খণ্ডিত কৰা বা কাম নাইকিয়া কৰি দিয়া
উদাহরণ : লাখুটিৰে মাৰি মাৰি গৰখীয়াটোৱে গাইজনীৰ ঠেংখন ভাঙি দিলে
সমার্থক : ছিঙা, টুকুৰা কৰা, ভঙা, ভাগি দিয়া, ভাঙি দিয়া
অর্থ : পৃথক বা বেলেগ হোৱা
উদাহরণ : মুন্নাৰ এটা দাঁত ভাগিল
অর্থ : যিটো ভাঙিছে বা ভঙ্গ হৈছে
উদাহরণ : শিৱৰ ভঙা ধনুখন দেখি পৰশুৰাম কোপিত হʼল
সমার্থক : খণ্ডিত, বিখণ্ডিত, ভগ্ন, ভঙা, ভঞ্জিত
অর্থ : যিটো বাগৰি পৰিছে বা ভাঙি গৈছে
উদাহরণ : তেওঁ ভগ্ন ঘৰত জীৱন-যাপন কৰিবলৈ বাধ্য
সমার্থক : দী্র্ণ, বিদী্র্ণ, ভগা-ছিগা, ভগ্ন, ভঙা, ভঙা-ছিঙা
ইনস্টল