সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি ঠাইত ফচল কাটি ৰখা হয় আৰু ফচলৰ পৰা শস্য পৃথক কৰি ৰখা হয়
উদাহরণ : ৰবি শস্য ৰাখিবৰ কাৰণে খেতিয়কে ভঁ্ৰাল চাফা কৰিছে
সমার্থক : ভঁ্ৰাল ঘৰ, ভাখাৰী
অর্থ : যিটো গুদামত শস্য ৰখা হয়
উদাহরণ : চৰকাৰে শস্যৰ বজাৰত কৃষকৰ সুবিধা হোৱাকৈ ভঁ্ৰাল সাজি দিছে
সমার্থক : ভঁ্ৰাল ঘৰ
অর্থ : বস্তু বা সা-সম্পত্তি ৰখা ঘৰ:ভৰাঁল ঘৰত নিগনিৰ উৎপাত বাঢ়িছে
উদাহরণ :
সমার্থক : গুদাম, গুদাম ঘৰ, ভঁ্ৰাল ঘৰ, ভাণ্ডাৰ, মেৰ, মেৰ ঘৰ, ষ্টোৰ ৰুম
অর্থ : কোনো বিষয়ৰ জ্ঞান বা গুণ আদিৰ বহুত ডাঙৰ আগাৰ
উদাহরণ : সন্ত কবীৰ জ্ঞানৰ ভাণ্ডাৰ আছিল
সমার্থক : ভাণ্ডাৰ, সাগৰ
ইনস্টল