সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি বার্দ্ধক্য অৱস্থা লাভ কৰিছে বা যি পঞ্চাছ-ষাঠি বছৰ অতিক্রম কৰিছে
উদাহরণ : তেওঁ নিজৰ বুঢ়ী মাকৰ সেৱাত ব্রতী হৈছে
সমার্থক : বর্ষীয়ান, বুঢ়া, বৃদ্ধ, বৃদ্ধ লোক, বৃদ্ধলোক, বয়সীয়াল, বয়স্ক, বয়স্থ, বয়োবৃদ্ধ
অর্থ : যি বাল্যাৱস্থা পাৰ কৰি যৌৱনত ভৰি দিছে
উদাহরণ : তেওঁ বয়সীয়া যদিও শিশুৰ দৰে ব্যৱহাৰ কৰে
সমার্থক : বয়সস্থ, বয়সিয়াল
ইনস্টল