সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কামত অহা বা লগা কার্য
উদাহরণ : আমাৰ দেশত চাউলৰ প্রয়োগ বেছিকৈ হয়
সমার্থক : উপভোগ, প্রয়োগ
অর্থ : কোনো বস্তুক ব্যৱহাৰৰ কাৰণে অনা কার্য
উদাহরণ : যিটো উপদেশ দিয়া হৈছে তাক প্রয়োগ কৰা
সমার্থক : কামত লগোৱা, প্রয়োগ
অর্থ : সামাজিক সম্বন্ধত বেলেগৰ লগত কৰা আচাৰ
উদাহরণ : তেওঁৰ ব্যৱহাৰ ভাল নহয়
সমার্থক : আচৰণ, আলেখ-লেখ, গতি-গোত্র, গতি-বিধি, গতি-মতি, চলন-ফুৰণ, চাল-চলন, ধৰণ-কৰণ, মতি-বুদ্ধি, স্বভাৱ, স্বভাৱ-চৰিত্র, হাব-ভাব, ৰেহ-ৰূপ
অর্থ : মনৰ ভাব প্রকটিত হোৱা শৰীৰৰ এক স্থিতি
উদাহরণ : সহযাত্রীৰ আচৰণ দেখি আমি সচকিত হৈ পৰিলোঁ
সমার্থক : আচৰণ, ধৰণ-কৰণ
ইনস্টল