সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : * দুটা ৰাশিৰ মাজৰ এক বিশেষ বিষমতা বা প্রভেদ
উদাহরণ : আয় আৰু ব্যয়ত অত্যধিক ব্যৱধানৰ বাবে বহুতো অসুবিধা হৈছে
সমার্থক : অসমানতা, প্রভেদ
অর্থ : দুটা বিন্দুৰ মাজত থকা স্থান বা সময়
উদাহরণ : কামৰ ফাঁকত তেওঁ ঘৰলৈ গʼল
সমার্থক : অন্তৰাল, আঁৰ, গেপ, ফাঁক
ইনস্টল