সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি বহুত উৎকণ্ঠিত
উদাহরণ : কোনো কথাতে ইমান সোনকালে অধীৰ হোৱা উচিত নহয়
সমার্থক : অধীৰ, অধৈর্য, অধৈর্য্য, আতুৰ, কাতৰ
অর্থ : যি কোনো কাম বা কথাৰ বাবে উদ্বিগ্ন হয়
উদাহরণ : উদ্বিগ্ন মানুহজনে মুক্তি পাবৰ বাবে আত্মহত্যা কৰিলে
সমার্থক : আকুল, উদ্বিগ্ন, ব্যগ্র
অর্থ : যি আৱেশেৰে ভৰি আছে
উদাহরণ : শিশুৰ প্রতি মাকৰ হৃদয় চেনেহত ব্যাকুল হৈ থাকে
সমার্থক : আকুল, আবিষ্ট, আৱেগ-বিহ্বল
ইনস্টল