সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো গুৰুত্বপূর্ণ বিষয়ৰ আলোচনা কৰিবলৈ আযোজন কৰা অনুষ্ঠান:কৃষকৰ ৰাষ্ট্রীয় সভাত কৃষকসকলৰ সমস্যা সম্পর্কে বিতং আলোচনা কৰা হʼল
উদাহরণ :
সমার্থক : অধিৱেশন, কনফাৰেন্স, মিটিং, মেল-মিটিং, সন্মিলন, সন্মিলনী, সভা
অর্থ : বাৰে বাৰে উঠা-বহা কৰা এবিধ কচৰৎ
উদাহরণ : পালোৱানজনে পুৱাই পুৱাই বৈঠক কৰে
সমার্থক : উঠ-বহ
ইনস্টল