সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : বেৰ আদিৰে ঘেৰি থকা ঠাই
উদাহরণ : লʼৰা-ছোৱালীবোৰে বেৰাৰ ভিতৰত খেলি আছে
সমার্থক : ঘেৰা
অর্থ : কোনো বস্তুক চাৰিওফালে আৱৰি ৰখা কোনো ৰেখা বা যতন
উদাহরণ : তেওঁ খেতিডৰাৰ চাৰিওফালে ঘেৰ দি থৈছে থৈছে
সমার্থক : আওতা, আবেষ্টনী, গণ্ডী, ঘেৰ, চাৰিসীমা, পৰিধি, পৰিবেষ্টন, পৰিবেষ্টনী, পৰিসীমা, বেষ্টনি, বেৰণ, মেৰ
অর্থ : লাঠি, কামি আদিক আয়তীয় আকাৰত বান্ধি তৈয়আৰ কৰা এক অৱৰোধক
উদাহরণ : পুখুৰীৰ চাৰিওফালে হেঙাৰ লগোৱা আছে
সমার্থক : হেঙাৰ, ৰেলিঙ
অর্থ : ঘৰ, কোঠা আদি আৱৰি থকা সেই অংশ যি শিল, ইটা, মাটি আদিৰে সজা হয়
উদাহরণ : শিলেৰে বনোৱা বেৰ মজবুত হয়
সমার্থক : দেৱাল, প্রাচীৰ, বেৰ, ৱাল
অর্থ : চাৰিওফালৰ পৰা ঘেৰি দিয়া
উদাহরণ : মালীজনে বাগিছাখন হেঙাৰেৰে বেৰিছে
সমার্থক : ঘেৰা, ঘেৰি দিয়া, বেৰি দিয়া
অর্থ : চাৰিওফালে ৰখা বা আগুৰি লোৱা
উদাহরণ : শ্যামে সিহঁতৰ বাগিচাখন কাঁইটীয়া তাঁৰেৰে ঘেৰি আছে
সমার্থক : ঘেৰ দিয়া, ঘেৰা, ঘেৰি থকা, ঘেৰি লোৱা-
ইনস্টল